Skip to main content

The claim

শিৱসেনাই এতিয়া টিপু চুলতানৰ জন্মদিনো উদযাপন কৰিব। কিছুমান ঠাইত লগোৱা এই সন্দৰ্ভত দিয়া পোষ্টাৰখনত গেৰুৱা ৰঙৰ সলনি সেউজীয়া ৰংৰ অংগবস্ত্ৰ পিন্ধা বালাচাহেব ঠাকৰেক দেখুওৱা হৈছে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗