Skip to main content

The claim

শেহতীয়াকৈ এখন ছবি ছচিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ আছে, য’ত এটা অতি আধুনিক ৰেল ষ্টেচন দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এইটো অযোধ্যা ৰে’ল ষ্টেচন।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗