Skip to main content

The claim

মুছলমানসকল জন্মগত সন্ত্ৰাসবাদী নহয়। তেওঁলোকক মাদ্ৰাছাত কোৰাণ শিকোৱা হয়, সেই অনুসৰি তেওঁলোকে নিৰ্দ্দিষ্টকৈ হিন্দু, বৌদ্ধ, শিখ, খ্ৰীষ্টান, ইহুদী আৰু অন্যান্য অ-মুছলমানসকলক হত্যা কৰে। সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ভাৰতত সক্ৰিয় হৈ থকা হাজাৰ হাজাৰ মাদ্ৰাছাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো অতি গুৰুত্বপূৰ্ণ’: ড০ এ পি জে আব্দুল কালাম।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗