The claim
পোষ্টটোত এজন বৃদ্ধ ব্যক্তিৰ ছবি আছে আৰু ইয়াৰ ওপৰত এটা শিৰোনাম লিখা আছে আৰু ছবিখনৰ তলত একেটা শিৰোনাম উল্লেখ কৰা হৈছে। পোষ্টটোৰ সৈতে লিখা শিৰোনাম অনুসৰি, কেলিফৰ্ণিয়াৰ মানুহজনৰ ৮০০ টা সন্তান আছে।
Sources and attribution
Original review: Vishvas News. Structured data compiled by Data Commons under CC BY 4.0. Publisher article content is subject to its own terms.
Updated