Fact Checks/Economy & business/ReviewThe claimদাবী কৰা হৈছে যে ৩১ মাৰ্চ, ২০২১ তাৰিখৰ পূৰ্বে নিজৰ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ অৰ্থাৎ PAN যদিহে আধাৰৰ সৈতে লিংক নকৰে, তেন্তে তেনে পৰিস্থিতিত ১০,০০০ টকা জৰিমণা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ PAN নিস্ক্ৰিয় হৈ পৰিব।RatingFALSEReviewed by Vishvas News ↗ · April 1, 2021Original fact check ↗Search related fact checks →Use this record in your application ↗Report a correction ↗