Skip to main content

The claim

ছবিখনত ১৮৮০ ৰ দশকৰ মাজভাগত ইডেন গাৰ্ডেনত এখন খেলৰ সময়ত নৰেন্দ্ৰনাথ দত্তই সাতটা উইকেট দখল কৰিছিল বুলি দাবী কৰা হৈছে আৰু তাৰ পিছত তেওঁ ক্ৰিকেট ত্যাগ কৰে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗