Fact Checks/Religion & belief/ReviewThe claimছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত এটা ভিডিঅ’ দেখা যায়, য’ত কমলা আৰু নেমুৰে এটা ভগৱান গণেশৰ মূৰ্তি প্ৰস্তুত কৰা হৈছে। পোষ্টটো হ’লেণ্ডৰ গণেশ উৎসৱৰ এটা ভিডিঅ’ বুলি দাবী কৰা হৈছে।RatingFALSEReviewed by Vishvas News ↗ · September 30, 2021Original fact check ↗Search related fact checks →Use this record in your application ↗Report a correction ↗