Fact Checks/Crime & justice/ReviewThe claimএটা সাম্প্ৰদায়িক পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা ভাইৰেল পোষ্টত, মাটিত পৰি থকা এজন আৰক্ষীৰ মৃতদেহৰ ফটো বৰেলীত চালান কাটি দিয়াৰ বাবে কিছুমান মুছলমানৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰা বুলি দাবী কৰা হৈছে।RatingFALSEReviewed by Vishvas News ↗ · October 3, 2021Original fact check ↗Search related fact checks →Use this record in your application ↗Report a correction ↗