Fact Checks/Culture & entertainment/ReviewThe claimইয়াৰ মাজতে তাৰকা অভিনেতা চনু ছুদ আৰু নৱজোৎ সিং সিদ্ধুৰ লগতে পাচগৰাকী লোকৰ এখন ফটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোৰ সৈতে দাবী কৰা হৈছে যে অভিনেতা চনু ছুদ আৰু তেওঁৰ ভগ্নী তথা পঞ্জাৱৰ সমাজকৰ্মী মালৱিকা ছুদে কংগ্ৰেছ দলত যোগ দিছে।RatingMISLEADINGReviewed by Vishvas News ↗ · January 17, 2022Original fact check ↗Search related fact checks →Use this record in your application ↗Report a correction ↗