The claim
৩২,০০০ বছৰতকৈও অধিক পুৰণি এয়া মঙ্গলনাথ মন্দিৰ, কিউৰিঅ’চিটি ৰোভাৰৰ সহায়ত এতিয়া নাছাৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে। প্ৰযুক্তি এতিয়াহে পশ্চিমীয়া দেশবোৰত উপনীত হৈছে, আমি হিন্দুসকলে সেয়া হাজাৰ হাজাৰ বছৰ আগতেই কৰি থৈছিলো। এয়া হৈছে সনাতন ধৰ্মৰ সৌন্দৰ্য