Skip to main content

The claim

২০২৪ চনৰ লোকসভা নিৰ্বাচনত, অসমৰ ডিমা হাচাও জিলাৰ এটা বুথত মাত্ৰ ৯০ জন ভোটাৰ আছিল, কিন্তু ইভিএমত পৰিল ১৭১ টা ভোট।

Rating

মিছা

Reviewed by লজিকেলী ফেক্টছ ↗ ·

Original fact check ↗

Sources and attribution

  1. [original] লজিকেলী ফেক্টছ original review

    Original review · Retrieved October 17, 2026