Skip to main content

The claim

হিমাচল প্ৰদেশত, মাণ্ডিকে ধৰি তিনিখন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰকাশ কৰা প্ৰাৰ্থীৰ এখন তালিকা ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে আৰু ইয়াৰ সৈতে দাবী কৰা হৈছে যে দলটোৱে মাণ্ডি লোকসভা আসনৰ পৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗