Skip to main content

The claim

মুখত অক্সিজেন লৈ এগৰাকী মহিলাই এজন যুৱকৰ সৈতে বাইক চলাই আছে। ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ মাজতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ছবিখন ভাৰতৰ আৰু ইয়াক দেশৰ স্বাস্থ্য ব্যৱস্থাৰ ত্ৰুটি হিচাপে শ্বেয়াৰ কৰা হৈছে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗