Skip to main content

The claim

ফেচবুক, টুইটাৰ আৰু হোৱাটছএপত এটা বাৰ্তা ভাইৰেল হৈ আছে। বাৰ্তাটো টাটা কোম্পানীয়ে ‘বাৰ্ষিকী উদযাপন’ অনুষ্ঠানৰ নামত ভাইৰেল কৰি তুলিছে। ই দাবী কৰে যে টাটা কোম্পানীয়ে মানুহক ১৫০ তম বাৰ্ষিকী উপলক্ষে গাড়ী জিকাৰ সুযোগ দিছে। ইয়াৰ সৈতে এটা লিংকও ভাগ বতৰা কৰা হৈছে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗