Skip to main content

The claim

দাবী কৰা হৈছে যে ৩১ মাৰ্চ, ২০২১ তাৰিখৰ পূৰ্বে নিজৰ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ অৰ্থাৎ PAN যদিহে আধাৰৰ সৈতে লিংক নকৰে, তেন্তে তেনে পৰিস্থিতিত ১০,০০০ টকা জৰিমণা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ PAN নিস্ক্ৰিয় হৈ পৰিব।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗