Fact Checks/ReviewThe claimছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা বিজ্ঞাপনত দাবী কৰা হৈছে যে গান্ধী জয়ন্তী উপলক্ষে আম আদমী পাৰ্টীয়ে এই বিজ্ঞাপন মুকলি কৰিছে। এটা সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনটোত অৰবিন্দ কেজৰিৱালৰ এখন ডাঙৰ ছবিৰ সৈতে মহাত্মা গান্ধীৰ এখন সৰু ছবি দেখা গৈছে।RatingFALSEReviewed by Vishvas News ↗ · October 6, 2021Original fact check ↗Search related fact checks →Use this record in your application ↗Report a correction ↗