The claim
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ এটা সম্পাদিত ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। খবৰ অনুসৰি এই ভিডিঅ’টোত তেওঁক ঝাড়ুৰে মাটিত থকা কংগ্ৰেছৰ চিহ্ন মচি থকা দেখুওৱা হৈছে। ইয়াকে লৈ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত, কিছুমান লোকে প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি আছে আৰু এই সম্পাদিত ভিডিঅ’টো ভাইৰেল কৰি তুলিছে।