Skip to main content

The claim

এই ভিডিঅ'টোত পাকিস্তানৰ বিদেশ মন্ত্ৰী বিলাৱাল ভুট্টো জৰ্দাৰীক ‘বেশৰম ৰং’ গীতটোত নৃত্য় কৰি থকা দেখা গৈছে।

Rating

মিছা

Reviewed by লজিকেলী ফেক্টছ ↗ ·

Original fact check ↗