Skip to main content

The claim

এইগৰাকী বিষাক্ত মহিলাৰ প্ৰকৃত ৰূপটো চাও.. পিছফালৰ ছেল্ফত এখন কিতাপ আছে, যাৰ নাম… How to convert India into christian nation’ ইমানৰ পিছতো যদিহে কাৰোবাৰ কিবা সন্দেহ থাকে, তেন্তে তেওঁ নিশ্চিতভাৱে হিন্দু লোক হ’ব নোৱাৰে।

Rating

FALSE

Reviewed by Vishvas News ↗ ·

Original fact check ↗