The claim
এইগৰাকী #উৰ্ফীজাভেদ, #জাভেদআখতাৰৰ নাতিনী। #মুম্বাই বিমানবন্দৰত তেওঁক কি সাজ পৰিধান কৰি থকা দেখা গৈছে চাওক। জাভেদ আখতাৰে #শ্বৰিয়ত আৰু ভয়ৰ কথা কয় আৰু সকলোকে জ্ঞান বিলাই ফুৰে। বাকী উৰ্ফীয়ে সম্পূৰ্ণ #পাকিস্তান দেখুৱাই ফুৰিছে, #শ্বৰিয়তক প্ৰত্যাহ্বান দি আহিছে 🤭🙄🙄 #তালিবানপ্ৰেমী, #এইগৰাকীয়ে শ্বৰিয়ত আইন অনুসৰি শাস্তি পাব লাগে #পোষ্টটোৰ বাবে ক্ষমা বিচাৰিছোঁ