Skip to main content

The claim

ইয়াৰ মাজতে তাৰকা অভিনেতা চনু ছুদ আৰু নৱজোৎ সিং সিদ্ধুৰ লগতে পাচগৰাকী লোকৰ এখন ফটো ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোৰ সৈতে দাবী কৰা হৈছে যে অভিনেতা চনু ছুদ আৰু তেওঁৰ ভগ্নী তথা পঞ্জাৱৰ সমাজকৰ্মী মালৱিকা ছুদে কংগ্ৰেছ দলত যোগ দিছে।

Rating

MISLEADING

Reviewed by Vishvas News ↗ ·

Original fact check ↗